top of page

"ফুলপাহ ফুলি থকালৈকে
সকলো বিনন্দীয়া
সত্যৰ পোহৰত সকলো কথাই সোণবৰণীয়া "....
-----মৌচুমী বৰি
Here you can find some of the best Assamese books that you definitely love to read. Mousumee Bori is a famous Assamese writer whom you should follow if you love to read Assamese books
About Me
Her Books















Mousumee's Blog


Mur Chenehi Aai by Ms Tarali Sharma

নিজান বনত by Zubeen Garg
নিজান বনত মনে মনে
উচুপা কিয় তুমি
সপোন ভাগে বুলি
অভিমানী হিয়াৰে কিনো পাবা কোৱা
পাবা মাথো মৰুভূমিৰ মৰীচিকা
মৰমৰ ফুলেৰে সজোৱা জীৱন
তাতেই যে আছে মনৰ শান্তিবন
সুখৰ মুকুতাবোৰ হাত পাতি লোৱা
ভালপোৱাবোৰ বুকুতে ৰাখা
অভিমানী হিয়াৰে কিনো পাবা কোৱা
পাবা মাথো মৰুভূমিৰ মৰীচিকা
ফুলৰো পাহি সৰে
নীৰৱে পাতো সৰে
তথাপি জীৱনে হাঁহে
তথাপি জীৱনে হাঁহে
জীৱন জীয়াৰ মন্ত্ৰ
গুজি লোৱা হৃদয়তে
জীৱন চামিয়ানা
আমাৰ আকাশতে
নিজান বনত মনে মনে
উচুপা কিয় তুমি
সপোন ভাগে বুলি ৷৷
Contact Mousumee


bottom of page